জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ১৩
জ্ঞানবিজ্ঞানযোগ
শ্লোক ১৩
ত্রিভিৰ্গুণময়ৈৰ্ভাৱৈৰেভিঃ সৰ্বমিদং জগৎ |
মোহিতং নাভিজানাতি মামেভ্যঃ পৰমব্যয়ম্ ||৭-১৩||
Translation
গুণময় এই তিনিটা ভাৱৰ দ্বাৰা সমগ্ৰ জগত মোহিত হৈ আছে, সেয়েহে তেওঁলোকে এইবোৰৰ অতীত মোক অৱিনাশী বুলি নাজানে।