জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ১২
শ্লোক ১২
য়ে চৈব সাত্ত্বিকা ভাৱা ৰাজসাস্তামসাশ্চ য়ে |
মত্ত এবেতি তান্বিদ্ধি ন ত্বহং তেষু তে ময়ি ||৭-১২||
Translation
সত্ত্ব, ৰজ আৰু তম গুণৰ পৰা উৎপন্ন যিমান ভাৱ আছে, সেই সকলো মোৰ পৰাই হৈছে বুলি জানিবা; তথাপি মই সেইবোৰত নাই, সেইবোৰহে মোৰ মাজত আছে।