কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২৬
কৰ্মসন্ন্যাসযোগ
শ্লোক ২৬
কামক্ৰোধবিয়ুক্তানাং যতীনাম যতচেতসাম্ |
অভিতো ব্ৰহ্মনিৰ্বাণং বৰ্ততে বিদিতাত্মনাম্ ||৫-২৬||
Translation
কাম আৰু ক্ৰোধৰ পৰা মুক্ত, সংযতচিত্ত আৰু আত্মজ্ঞানী যতিসকলৰ বাবে সকলো দিশতে ব্ৰহ্মনিৰ্বাণ বা মোক্ষ বিদ্যমান।