কৰ্মসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ২৫
কৰ্মসন্ন্যাসযোগ
শ্লোক ২৫
লভন্তে ব্ৰহ্মনিৰ্বাণমৃষয়ঃ ক্ষীণকল্মষাঃ |
ছিন্নদ্বৈধা যতাত্মানঃ সৰ্বভূতহিতে ৰতাঃ ||৫-২৫||
অনুবাদ
যিসকল ঋষিৰ পাপ নাশ হৈছে, যাৰ সংশয় দূৰ হৈছে, যি সংযমী আৰু সকলো প্ৰাণীৰ হিতত নিৰত, তেওঁলোকে মোক্ষ লাভ কৰে।