কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১৮
কৰ্মসন্ন্যাসযোগ
শ্লোক ১৮
বিদ্যাবিনয়সম্পন্নে ব্ৰাহ্মণে গবি হস্তিনি |
শুনি চৈব শ্বপাকে চ পণ্ডিতাঃ সমদৰ্শিনঃ ||৫-১৮||
Translation
পণ্ডিতসকলে বিদ্যা আৰু বিনয়সম্পন্ন ব্ৰাহ্মণ, গৰু, হাতী, কুকুৰ আৰু চণ্ডালৰ প্ৰতিও সমদৃষ্টি ৰাখে।