জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৫
শ্লোক ৫
শ্ৰীভগৱানুবাচ |
বহূনি মে ব্যতীতাঁনি জন্মানি তৱ চাৰ্জুন |
তান্যহং বেদ সৰ্বাণি ন ত্বং বেত্থ পৰন্তপ ||৪-৫||
Translation
শ্ৰীভগৱানে ক’লে— হে অৰ্জুন! মোৰ আৰু তোমাৰ বহু জন্ম হৈ গৈছে, কিন্তু হে পৰন্তপ! সেই সকলোবোৰ মই জানো, তুমি নাজানা।