জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২৭
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ২৭
সৰ্ৱেদ্ৰিয়কৰ্মাণি প্ৰাণকৰ্মাণি চাপৰে |
আত্মসংযমযোগাগ্নৌ জুহ্বতি জ্ঞানদীপিতে ||৪-২৭||
Translation
আনসকলে সকলো ইন্দ্ৰিয় আৰু প্ৰাণৰ কৰ্মক জ্ঞানৰ দ্বাৰা প্ৰজ্বলিত আত্মসংযমৰূপ অগ্নিত আহুতি দিয়ে।