জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২৮
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ২৮
দ্ৰব্যযজ্ঞাস্তপোযজ্ঞা যোগযজ্ঞাস্তথাপৰে |
স্বাধ্যায়জ্ঞানযজ্ঞাশ্চ যতয়ঃ সংশিতব্ৰতাঃ ||৪-২৮||
Translation
কিছুমানে দ্ৰব্যযজ্ঞ, তপযজ্ঞ আৰু যোগযজ্ঞ কৰে; আন কিছুমান কঠোৰ ব্ৰতধাৰীয়ে স্বাধ্যায় আৰু জ্ঞানযজ্ঞ কৰে।