জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২৯
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ২৯
অপানে জুহ্বতি প্ৰাণং প্ৰাণেঽপানং তথাপৰে |
প্ৰাণাপানগতী ৰুদ্ধ্বা প্ৰাণায়ামপৰায়ণাঃ ||৪-২৯||
Translation
আনসকলে অপানত প্ৰাণ আৰু প্ৰাণত অপানৰ আহুতি দিয়ে, প্ৰাণ-অপানৰ গতি ৰুদ্ধ কৰি তেওঁলোকে প্ৰাণায়াম পৰায়ণ হয়।