সাংখ্যযোগ - Verse শ্লোক ১৮
সাংখ্যযোগ
শ্লোক ১৮
অন্তবন্ত ইমে দেহা নিত্যস্যোক্তাঃ শৰীৰিণঃ |
অনাশিনোঽপ্রমেযস্য তস্মাদ্ যুধ্যস্ব ভাৰত ||২-১৮||
শ্রীভগবানুবাচ
Translation
এই নাশরহিত, অপ্ৰমেয়, নিত্য দেহী আত্মাৰ এই শৰীৰবোৰ বিনাশশীল বুলি কোৱা হৈছে। সেয়ে হে ভাৰত, তুমি যুদ্ধ কৰা।