সাংখ্যযোগ - Verse শ্লোক ১৭
সাংখ্যযোগ
শ্লোক ১৭
অৱিনাশী তু তদ্বিদ্ধি যেন সর্বমিদং ততম্ |
বিনাশমব্যযস্যাস্য ন কশ্চিৎকর্তুমৰ্হতি ||২-১৭||
শ্রীভগবানুবাচ
Translation
সেই বস্তুক তুমি অৱিনাশী বুলি জানিবা, যি এই সমগ্ৰ জগতত ব্যাপ্ত হৈ আছে। এই অৱ্যয়ৰ বিনাশ কৰিবলৈ কোনেও সমৰ্থ নহয়।