সাংখ্যযোগ - Verse শ্লোক ১
সাংখ্যযোগ
শ্লোক ১
সঞ্জয় উবাচ |
তং তথা কৃপয়াভিষ্টমশ্রুপূর্ণাকুলেক্ষণম্ |
বিষীদন্তমিদং বাক্যমুবাচ মধুসূদনঃ ||২-১||
সঞ্জয় উবাচ
Translation
সঞ্জয়ে ক’লে -- এইদৰে কৰুণা আৰু বিষাদেৰে অভিভূত, চকুলোৰে ভৰা চকুৰ অৰ্জুনক মধুসূদনে এই বাক্য ক’লে।