মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৮
মোক্ষসন্ন্যাসযোগ
শ্লোক ৮
দুঃখমিত্যেব যৎকৰ্ম কায়ক্লেশভয়াৎত্যজেৎ |
স কৃত্বা ৰাজসং ত্যাগং নৈব ত্যাগফলং লভেৎ ||১৮-৮||
অনুবাদ
যি মানুহে কৰ্মক দুখ বুলি ভাবি শাৰীৰিক কষ্টৰ ভয়ত ত্যাগ কৰে, সেই পুৰুষে ৰাজসিক ত্যাগ কৰি কেতিয়াও ত্যাগৰ ফল লাভ নকৰে।