মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭
নিয়তস্য তু সন্ন্যাসঃ কৰ্মণো নোপপদ্যতে |
মোহাত্তস্য পৰিত্যাগস্তামসঃ পৰিকীৰ্তিতঃ ||১৮-৭||
Translation
নিয়ত কৰ্মৰ পৰিত্যাগ উচিত নহয়; মোহবশতঃ সেই কৰ্ম ত্যাগ কৰাটো 'তামসিক ত্যাগ' বুলি কোৱা হৈছে।