মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৯
শ্লোক ৯
কাৰ্যমিত্যেব যৎকৰ্ম নিয়তং ক্ৰিয়তেহৰ্জুন |
সঙ্গং ত্যক্ত্বা ফলং চৈব স ত্যাগঃ সাত্ত্বিকো মতঃ ||১৮-৯||
Translation
হে অৰ্জুন! 'কৰ্ম কৰাটো কৰ্তব্য' বুলি ভাবি যি নিয়ত কৰ্ম আসক্তি আৰু ফল ত্যাগ কৰি কৰা হয়, সেই ত্যাগক সাত্ত্বিক বুলি গণ্য কৰা হয়।