মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ১০
শ্লোক ১০
ন দ্বেষ্ট্যকুশলং কৰ্ম কুশলে নানুষজ্জতে |
ত্যাগী সত্ত্বসমাবিষ্টো মেধাবী ছিন্নসংশয়ঃ ||১৮-১০||
অনুবাদ
যি পুৰুষে অশুভ কৰ্মক ঘৃণা নকৰে আৰু শুভ কৰ্মত আসক্ত নহয়, সেই সত্ত্বগুণ সম্পন্ন পুৰুষেই মেধাৱী, সংশয়হীন আৰু প্ৰকৃত ত্যাগী।