মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭১
শ্লোক ৭১
শ্ৰদ্ধাবাননসূয়শ্চ শৃণুয়াদপি যো নৰঃ |
সোহপি মুক্তঃ শুভাঁল্লোকান্প্ৰাপ্নুয়াৎপুণ্যকৰ্মণাম্ ||১৮-৭১||
Translation
যি শ্ৰদ্ধাৱান আৰু দোষদৃষ্টিহীন পুৰুষে এই কথা কেৱল শুনিব, তেৱোঁ পাপৰ পৰা মুক্ত হৈ পুণ্যকৰ্মীসকলৰ শুভ লোক প্ৰাপ্ত হ’ব।