মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭২
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭২
কচ্চিদেতচ্ছ্ৰুতং পাৰ্থ ত্বয়ৈকাগ্ৰেণ চেতসা |
কচ্চিদজ্ঞানসম্মোহঃ প্ৰনষ্টস্তে ধনঞ্জয় ||১৮-৭২||
Translation
হে পাৰ্থ! তুমি কি এই কথা একাগ্রচিত্তে শুনিলা? হে ধনঞ্জয়! তোমাৰ অজ্ঞানজনিত মোহ কি সম্পূৰ্ণৰূপে নষ্ট হ’ল?