মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৭৩
শ্লোক ৭৩
অৰ্জুন উবাচ |
নষ্টো মোহঃ স্মৃতিৰ্লব্ধা ত্বৎপ্ৰসাদান্ময়াচ্যুত |
স্থিতোহস্মি গতসন্দেহঃ কৰিষ্যে বচনং তৱ ||১৮-৭৩||
অনুবাদ
অৰ্জুনে ক’লে -- হে অচ্যুত! আপোনাৰ কৃপাত মোৰ মোহ নষ্ট হ’ল আৰু মই স্মৃতি লাভ কৰিলোঁ। মই এতিয়া সংশয়হীন হৈ আপোনাৰ আজ্ঞা পালন কৰিম।