মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭৪
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭৪
সঞ্জয় উবাচ |
ইত্যহং বাসুদেবস্য পাৰ্থস্য চ মহাত্মনঃ |
সংবাদমিমমশ্ৰৌষমদ্ভুতং ৰোমহৰ্ষণম্ ||১৮-৭৪||
সঞ্জয় উবাচ
Translation
সঞ্জয়ে ক’লে -- এইদৰে মই বাসুদেৱ আৰু মহাত্মা অৰ্জুনৰ এই অদ্ভুত আৰু ৰোমাঞ্চকৰ সংবাদ শুনিলোঁ।