মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭৫
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭৫
ব্যাসপ্ৰসাদচ্ছ্ৰুতৱানেতদ্গুহ্যমহং পৰম্ |
যোগং যোগেশ্বৰাৎকৃষ্ণাৎসাক্ষাৎকথয়তঃ স্বয়ম্ ||১৮-৭৫||
Translation
ব্যাসদেৱৰ কৃপাত মই এই পৰম গোপনীয় যোগ স্বয়ং যোগেশ্বৰ শ্ৰীকৃষ্ণৰ মুখৰ পৰা সাক্ষাৎ শুনিলোঁ।