মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭৬
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭৬
ৰাজন্সংস্মৃত্য সংস্মৃত্য সংবাদমিমমদ্ভুতম্ |
কেশবাৰ্জুনয়োঃ পুণ্যং হৃষ্যামি চ মুহুৰ্মুহুঃ ||১৮-৭৬||
Translation
হে ৰাজন্! কেশৱ আৰু অৰ্জুনৰ এই অদ্ভুত আৰু পবিত্ৰ সংবাদ স্মৰণ কৰি মই বাৰে বাৰে আনন্দিত হৈছোঁ।