মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৭০
মোক্ষসন্ন্যাসযোগ
শ্লোক ৭০
অধ্যেষ্যতে চ য ইমং ধৰ্ম্যং সংবাদমাবয়োঃ |
জ্ঞানযজ্ঞেন তেনাহমিষ্টঃ স্যামিতি মে মতিঃ ||১৮-৭০||
Translation
যি পুৰুষে আমাৰ এই ধৰ্মময় সংবাদ অধ্যয়ন কৰিব, তেওঁৰ দ্বাৰা মই জ্ঞানযজ্ঞৰ দ্বাৰা পূজিত হ’ম - এয়াই মোৰ মত।