মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৫৭
মোক্ষসন্ন্যাসযোগ
শ্লোক ৫৭
চেতসা সৰ্বকৰ্মাণি ময়ি সন্নস্য মৎপৰঃ |
বুদ্ধিয়োগমুপাশ্ৰিত্য মচ্চিত্তঃ সততং ভব ||১৮-৫৭||
Translation
মনৰ দ্বাৰা সকলো কৰ্ম মোক অৰ্পণ কৰি, মোৰ পৰায়ণ হৈ, বুদ্ধিয়োগৰ আশ্ৰয় লৈ তুমি সদায় মোৰ চিন্তাত মগ্ন হোৱা।