মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৫৫
শ্লোক ৫৫
ভক্ত্যা মামভিজানাতি যাবানযশ্চাস্মি তত্ত্বতঃ |
ততো মাং তত্ত্বতো জ্ঞাত্বা বিশতে তদনন্তরম্ ||১৮-৫৫||
Translation
ভক্তিৰ দ্বাৰা তেওঁ মোক তত্ত্বত জানে যে মই কিমান ব্যাপক আৰু কি স্বৰূপ। এনেদৰে তত্ত্বত জনাৰ পিছত তেওঁ তৎক্ষণাৎ মোৰ মাজত প্ৰৱেশ কৰে।