দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ৫
শ্লোক ৫
দৈৱী সম্পদ্বিমোক্ষায় নিবন্ধায়াসুৰী মতা |
মা শুচঃ সম্পদং দৈৱীমভিজাতোহসি পাণ্ডৱ ||১৬-৫||
Translation
হে পাণ্ডৱ! দৈৱী সম্পদ মোক্ষৰ বাবে আৰু আসুৰী সম্পদ বন্ধনৰ বাবে বুলি জনা যায়। তুমি শোক নকৰিবা, কাৰণ তুমি দৈৱী সম্পদ লৈয়েই জন্ম লৈছা।