দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ৬
শ্লোক ৬
দ্বৌ ভূতসৰ্গৌ লোকেঽস্মিন্দৈৱ আসুৰ এৱ চ |
দৈৱো বিস্তৰশঃ প্ৰোক্ত আসুৰং পাৰ্থ মে শৃণু ||১৬-৬||
Translation
হে পাৰ্থ! এই সংসাৰত প্ৰাণীৰ সৃষ্টি দুই প্ৰকাৰৰ— দৈৱী আৰু আসুৰী। দৈৱী প্ৰকৃতিৰ বিষয়ে বিস্তাৰিতভাৱে কোৱা হ’ল, এতিয়া আসুৰী প্ৰকৃতিৰ বিষয়ে মোৰ পৰা শুনা।