দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ৪
দৈবাসুৰসম্পদ্বিভাগযোগ
শ্লোক ৪
দম্ভো দৰ্পোহভিমানশ্চ ক্ৰোধঃ পাৰুষ্যমেৱ চ |
অজ্ঞানং চাভিজাতস্য পাৰ্থ সম্পদমাসুৰীম ||১৬-৪||
Translation
হে পাৰ্থ! দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, কঠোৰ বাক্য আৰু অজ্ঞান— এইবোৰ আসুৰী সম্পদ লৈ জন্ম লোৱা পুৰুষৰ লক্ষণ।