দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ১৯
দৈবাসুৰসম্পদ্বিভাগযোগ
শ্লোক ১৯
তানহং দ্বিষতঃ ক্ৰুৰান্সংসাৰেষু নৰাধমান্ |
ক্ষিপাম্যজস্ৰমশুভানাসুৰীষ্ৱেৱ যোনিষু ||১৬-১৯||
Translation
সেই বিদ্বেষী, ক্ৰুৰকৰ্মী আৰু নৰাধমসকলক মই সংসাৰত বাৰে বাৰে কেৱল আসুৰী যোনিতহে নিক্ষেপ কৰোঁ।