দৈবাসুৰসম্পদ্বিভাগযোগ - Verse শ্লোক ২০
দৈবাসুৰসম্পদ্বিভাগযোগ
শ্লোক ২০
আসুৰীং যোনিমাপন্না মূঢ়া জন্মনি জন্মনি |
মামপ্ৰাপ্যৈৱ কৌন্তেয় ততো যান্ত্যধমাং গতিম্ ||১৬-২০||
Translation
হে কৌন্তেয়! সেই মূঢ় লোকসকলে জন্ম-জন্মান্তৰত আসুৰী যোনি লাভ কৰে আৰু মোক নাপাই অতি অধম গতি প্ৰাপ্ত হয়।