পুৰুষোত্তমযোগ - Verse শ্লোক ১০
শ্লোক ১০
উত্ক্ৰামন্তং স্থিতং বাপি ভুঞ্জানং বা গুণান্বিতম্ |
বিমূঢ়া নানুপশ্যন্তি পশ্যন্তি জ্ঞানচক্ষুষঃ ||১৫-১০||
Translation
শৰীৰ ত্যাগ কৰা, শৰীৰত স্থিত থকা বা বিষয় ভোগ কৰা গুণান্বিত আত্মাক মূঢ়সকলে দেখা নাপায়, কিন্তু জ্ঞানচক্ষু থকা লোকসকলেহে দেখা পায়।