পুৰুষোত্তমযোগ - Verse শ্লোক ১১
শ্লোক ১১
যতন্তো যোগিনশ্চৈনং পশ্যন্ত্যাত্মন্যৱস্থিতম্ |
যতন্তোপ্যকৃতাত্মানো নৈনং পশ্যন্ত্যচেতসঃ ||১৫-১১||
Translation
প্ৰযত্নশীল যোগীসকলে নিজৰ হৃদয়ত স্থিত আত্মাক দেখা পায়, কিন্তু অশুচি চিত্তৰ আৰু অবিবেকী লোকসকলে প্ৰচেষ্টা কৰিও ইয়াক দেখা নাপায়।