পুৰুষোত্তমযোগ - Verse শ্লোক ৯
পুৰুষোত্তমযোগ
শ্লোক ৯
শ্ৰোত্ৰং চক্ষুঃ স্পৰ্শনং চ ৰসনং ঘ্ৰাণমেব চ |
অধিষ্ঠায় মনশ্চায়ং বিষয়ানুপসেৱতে ||১৫-৯||
Translation
এই জীৱই কাণ, চকু, ছাল, জিভা আৰু নাক— এই ইন্দ্ৰিয়সমূহ আৰু মনক আশ্ৰয় কৰি বিষয়সমূহৰ ভোগ কৰে।