গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ১৮
শ্লোক ১৮
ঊৰ্ধ্বং গচ্ছন্তি সত্ত্বস্থা মধ্যে তিষ্ঠন্তি ৰাজসাঃ |
জঘন্যগুণবৃত্তিস্থা অধো গচ্ছন্তি তামসাঃ ||১৪-১৮||
Translation
সত্ত্বগুণত স্থিত লোকসকল উৰ্ধ্বলোকলৈ যায়, ৰাজসিক লোকসকল মধ্যত অৰ্থাৎ মনুষ্য লোকত থাকে, আৰু তামসিক লোকসকল অধোগতিলৈ যায়।