ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ৬ আৰু ৭
শ্লোক ৬ আৰু ৭
মহাভূতান্যহংকাৰো বুদ্ধিব্যক্তমেব চ |
ইন্দ্ৰিয়াণি দশৈকং চ পঞ্চ চেন্দ্ৰিয়গোচৰাঃ ||১৩-৬||
ইচ্ছা দ্বেষঃ সুখং দুঃখং সংঘাতশ্চেতনা ধৃতিঃ |
এতৎক্ষেত্ৰং সমাসেন সবিকাৰমুদাহৃতম্ ||১৩-৭||
Translation
পঞ্চ মহাভূত, অহংকাৰ, বুদ্ধি, অব্যক্ত, দহ ইন্দ্ৰিয়, এক মন আৰু ইন্দ্ৰিয়ৰ পাঁচটা বিষয়। ইচ্ছা, দ্বেষ, সুখ, দুখ, সংঘাত (দেহ), চেতনা আৰু ধৃতি—এইদৰে বিকাৰৰ সৈতে ক্ষেত্ৰক চমুকৈ কোৱা হ’ল।