ভক্তিযোগ - শ্লোকসমূহ শ্লোক ৯
শ্লোক ৯
অথ চিত্তং সমাধাতুং ন শক্নোষি ময়ি স্থিৰম্ |
অভ্যাসযোগেন ততো মামিচ্ছাপ্তুং ধনঞ্জয় ||১২-৯||
অনুবাদ
হে ধনঞ্জয়! যদি তুমি তোমাৰ মনক মোৰ মাজত স্থিৰ কৰিবলৈ সমৰ্থ নোহোৱা, তেন্তে অভ্যাসযোগৰ দ্বাৰা মোক লাভ কৰিবলৈ চেষ্টা কৰা।