ভক্তিযোগ - শ্লোকসমূহ শ্লোক ৮
ভক্তিযোগ
শ্লোক ৮
ময়্যেৱ মন আধাৎস্ব ময়ি বুদ্ধিং নিৱেশয় |
নিৱসিষ্যসি ময়্যেৱ অত ঊৰ্ধ্বং ন সংশয়ঃ ||১২-৮||
শ্ৰীভগৱানুবাচ
অনুবাদ
তুমি তোমাৰ মন আৰু বুদ্ধিক মোৰ চৰণত অৰ্পণ কৰা; ইয়াৰ ফলত তুমি নিশ্চিতভাৱে মোৰ মাজতেই বাস কৰিবা, ইয়াত কোনো সন্দেহ নাই।