ভক্তিযোগ - শ্লোকসমূহ শ্লোক ১০
ভক্তিযোগ
শ্লোক ১০
অভ্যাসেঽপ্যসমর্থোঽসি মৎকৰ্মপৰমো ভৱ |
মদৰ্থমপি কৰ্মাণি কুৰ্ৱন্সিদ্ধিমৱাপ্স্যসি ||১২-১০||
শ্ৰীভগৱানুবাচ
অনুবাদ
যদি তুমি অভ্যাস কৰিবলৈও অসমৰ্থ, তেন্তে কেৱল মোৰ প্ৰীতিৰ বাবে কৰ্ম কৰা; এনেদৰে মোৰ বাবে কৰ্ম কৰিও তুমি সিদ্ধি লাভ কৰিবা।