বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৫
শ্লোক ৫
শ্ৰীভগৱানুবাচ |
পশ্য মে পাৰ্থ ৰূপাণি শতশোঽথ সহস্ৰশঃ |
নানাবিধানি দিব্যানি নানাবৰ্ণা কৃতীনি চ ||১১-৫||
Translation
শ্ৰীভগৱানে ক’লে -- হে পাৰ্থ! মোৰ শত-সহস্ৰ, নানা প্ৰকাৰৰ, নানা বৰ্ণ আৰু আকৃতিৰ দিব্য ৰূপসমূহ দৰ্শন কৰা।