বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ২৯
শ্লোক ২৯
যথা প্ৰদীপ্তং জ্বলনং পতঙ্গা
বিশন্তি নাশায় সমৃদ্ধৱেগাঃ |
তথৈৱ নাশায় বিশন্তি লোকাস্ত-
তৱাপি ৱক্ত্ৰাণি সমৃদ্ধৱেগাঃ ||১১-২৯||
Translation
পতংগই যেনেকৈ নিজৰ বিনাশৰ বাবে প্ৰজ্বলিত অগ্নিত প্ৰৱেশ কৰে, তেনেকৈ এই লোকসকলেও নিজৰ বিনাশৰ বাবে আপোনাৰ মুখত প্ৰৱেশ কৰিছে।