বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ২৮
শ্লোক ২৮
যথা নদীনাং বহৱোঽম্বুৱেগাঃ
সমুদ্ৰমেৱাভিমুখা দ্ৰৱন্তি |
তথা তৱামী নৰলোকবীৰা
বিশন্তি ৱক্ত্ৰাণ্যভিবিজ্বলন্তি ||১১-২৮||
Translation
নদীৰ সোঁত যেনেকৈ সাগৰৰ ফালে ধাৱমান হয়, তেনেকৈ এই বীৰসকলে আপোনাৰ প্ৰজ্বলিত মুখত প্ৰৱেশ কৰিছে।