অৰ্জুনবিষাদযোগ - Verse শ্লোক ১২
শ্লোক ১২
তস্য সঞ্জয়ন্হৰ্ষং কুৰুবৃদ্ধঃ পিতামহঃ |
সিংহনাদং বিনদ্যোচ্চৈঃ শঙ্খং দধ্মৌ প্ৰতাপৱান্ ||১-১২||
Translation
সেই সময়ত কৌৰৱসকলৰ মাজত বৃদ্ধ, প্ৰতাপী পিতামহ ভীষ্মই সেই (দুৰ্যোধনৰ) হৃদয়ত হৰ্ষ উৎপন্ন কৰি উচ্চ স্বৰত গৰ্জি শংখধ্বনি কৰিলে।