অৰ্জুনবিষাদযোগ - Verse শ্লোক ১১
অৰ্জুনবিষাদযোগ
শ্লোক ১১
অয়নেষু চ সৰ্ৱেষু যথাভাগমৱস্থিতাঃ |
ভীষ্মমেৱাভিৰক্ষন্তু ভৱন্তঃ সৰ্ৱ এৱ হি ||১-১১||
Translation
বিভিন্ন মৰ্চাত নিজ নিজ স্থানত অৱস্থিত হৈ আপোনালোক সকলোৱে ভীষ্ম পিতামহৰেই সকলো দিশৰ পৰা ৰক্ষা কৰক।