অৰ্জুনবিষাদযোগ - Verse শ্লোক ৪৭
অৰ্জুনবিষাদযোগ
শ্লোক ৪৭
সঞ্জয় উবাচ |
এৱমুক্ত্ৱাৰ্জুনঃ সঙ্খ্য ৰথোপস্থ উপাৱিশত্ |
ৱিসৃজ্য সশৰং চাপং শোকসংৱিঘ্নমানসঃ ||১-৪৭||
সঞ্জয় উবাচ
Translation
সঞ্জয়ে ক’লে -- ৰণভূমিত শোকত উদ্বিগ্ন মনৰ অৰ্জুনে এইদৰে কৈ শৰসহ ধনু ত্যাগ কৰি ৰথৰ পিছফালে বহি পৰিল।