অৰ্জুনবিষাদযোগ - Verse শ্লোক ৪৬
শ্লোক ৪৬
যদি মামপ্ৰতীকাৰমশস্ত্ৰং শস্ত্ৰপাণয়ঃ |
ধাৰ্তৰাষ্ট্ৰা ৰণে হন্যুস্তন্মে ক্ষেমতৰং ভৱেত্ ||১-৪৬||
Translation
যদি মোক শস্ত্ৰহীন আৰু প্ৰতিকাৰ নকৰা অৱস্থাত এই শস্ত্ৰধাৰী কৌৰৱসকলে ৰণত মাৰে, তেন্তে সেয়া মোৰ বাবে কল্যাণকাৰক হ’ব।