অৰ্জুনবিষাদযোগ - Verse শ্লোক ২৭
শ্লোক ২৭
শ্বশুৰানসুহৃদশ্চৈৱ সেনয়োৰুভয়োৰপি |
তান্সমীক্ষ্য স কৌন্তেয়ঃ সৰ্ৱান্বন্ধূনৱস্থিতান্ ||১-২৭||
Translation
এইদৰে সেই সকলো বন্ধু-বান্ধৱক থিয় হৈ থকা দেখি কুন্তীৰ পুত্ৰ অৰ্জুনৰ মন কৰুণাৰে ভৰি পৰিল আৰু বিষাদযুক্ত হৈ তেওঁ এই কথা ক’লে।