অৰ্জুনবিষাদযোগ - Verse শ্লোক ২৬
শ্লোক ২৬
তত্ৰাপশ্যৎস্থিতান্পাৰ্থঃ পিতৄনথ পিতামহান্ |
আচাৰ্যান্মাতুলান্ভ্ৰাতৄন্পুত্ৰান্পৌত্ৰান্সখীংস্তথা ||১-২৬||
Translation
তাত অৰ্জুনে সেই দুয়োখন সৈন্যবাহিনীত থিয় হৈ থকা পিতৃৰ ভাই, পিতামহ, আচাৰ্য, মোমায়েক, ভাই, পুত্ৰ, পৌত্ৰ, মিত্ৰ, শহুৰেক আৰু সুহৃদসকলক দেখিলে।