অৰ্জুনবিষাদযোগ - Verse শ্লোক ১৯
অৰ্জুনবিষাদযোগ
শ্লোক ১৯
স ঘোষো ধাৰ্তৰাষ্ট্ৰাণাং হৃদয়ানিব্যদাৰয়ৎ |
নভশ্চ পৃথিৱীং চৈৱ তুমুলোঽভ্যনুনাদয়ন্ ||১-১৯||
Translation
সেই ভয়ংকৰ ঘোষ আকাশ আৰু পৃথিৱীত গুঞ্জৰিত হ’ল আৰু ই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয় বিদীৰ্ণ কৰিলে।