অৰ্জুনবিষাদযোগ - Verse শ্লোক ২০
শ্লোক ২০
অথ ব্যৱস্থিতান্দৃষ্ট্বা ধাৰ্তৰাষ্ট্ৰান্ কপিধ্বজঃ |
প্ৰবৃত্তে শস্ত্ৰসম্পাতে ধনুৰুদম্য পাণ্ডৱঃ |
হৃষীকেশং তদা বাক্যমিদমাহ মহীপতে ||১-২০||
Translation
হে মহীপতে! এইদৰে যেতিয়া যুদ্ধ আৰম্ভ হ’বলৈ লৈছিল, তেতিয়া কপিধ্বজ অৰ্জুনে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক অৱস্থিত দেখি ধনু তুলি লৈ ভগৱান হৃষীকেশক এই কথা ক’লে।