অৰ্জুনবিষাদযোগ - Verse শ্লোক ১৭ আৰু ১৮
শ্লোক ১৭ আৰু ১৮
কাশ্যশ্চ পৰমেষ্বাসঃ শিখণ্ডী চ মহাৰথঃ |
ধৃষ্টদ্যুম্নো বিৰাটশ্চ সাত্যকিশ্চাপৰাজিতঃ ||১-১৭||
দ্ৰুপদো দ্ৰৌপদেয়াশ্চ সৰ্বশঃ পৃথিৱীপতে |
সৌভদ্ৰশ্চ মহাবাহুঃ শঙ্খান্দধ্মুঃ পৃথক্পৃথক্ ||১-১৮||
Translation
শ্ৰেষ্ঠ ধনুৰ্ধৰ কাশিৰাজ, মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন, ৰজা বিৰাট আৰু অজেয় সাত্যকি। হে ৰাজন্! ৰজা দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰ আৰু মহাবাহু সৌভদ্ৰ (অভিমনু) এওঁলোকে সকলোৱে পৃথক পৃথক শংখ বজালে।